ইয়াত সেৱা লাভ কৰিবলৈ এপইণ্টমেণ্ট বুক কৰাআধাৰ সেৱা কেন্দ্ৰ(এ. এছ. কে.) সহজ আৰু বিনামূলীয়া। আপুনি এতিয়া আপোনাৰ সেৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি বাধাহীনভাৱে এপইণ্টমেণ্ট বুক কৰিব পাৰে। ক্লিক কৰকhttps://bookappointment.uidai.gov.in অনুৰোধ অনুসৰি বিৱৰণ প্ৰবিষ্ট কৰক অ. টি. পি. প্ৰাপ্ত কৰি প্ৰমাণীকৰণ কৰক চেণ্টাৰ এপইণ্টমেণ্টত ক্লিক কৰক আৰু নিৰ্বাচিত বিৱৰণত ক্লিক কৰক। আপুনি পিন কোড বা ওচৰৰ কেন্দ্ৰটো বাছনি কৰিব পাৰে তাৰিখ আৰু টাইম স্লট বাছনি কৰক আপুনি লাভ কৰিব বিচৰা সেৱাটো বাছনি কৰক। কেন্দ্ৰত ধন পৰিশোধ কৰিবলৈ সন্মতি দিয়ক। আপোনাৰ এপইণ্টমেণ্ট বুক কৰা হব। এবাৰ এপইণ্টমেণ্ট বুক কৰাৰ পিছত, আপুনি স্লিপটোৰ প্ৰিন্টআউট লব পাৰে আৰু বুক কৰা স্লটত এ.এছ.কে. লৈ যাব পাৰে। পোৰ্টেলে বুক কৰা স্লটৰ 24 ঘণ্টা আগতে এপইণ্টমেণ্ট পুনৰ নিৰ্ধাৰণ বা বাতিল কৰাৰ সেৱাও প্ৰদান কৰে।